অযোধ্যাকাণ্ড কান্দন্তে থাকিলা কেহো ধৰণীত লুটি। হা ৰাম বোলন্তে পৰাণ যাওক ফটি॥ কৈকেয়ীৰ বোলে চিত ৰামৰ ভাগিল। বনক চলিতে ৰামে অনুজ্ঞা মাগিল। ১৭০৮ অচেতন পিতৃ পাৱ শিৰে ধবিলন্ত। কুটিলা কৈকেয়ীক নমস্কাৰ কৰিলন্ত॥ বাপৰ মাৱব আগে পুন্টাঞ্জলি ধৰি। চলি গৈল৷ ৰাম মন আনন্দিত কৰি॥ ১৭০৯ গুৰুতৰ বিষাদে দগণ কবে মন। নেত্ৰ জলে দেখিলন্ত পাচত লক্ষ্মণ॥ মুগুছাইল নৃখশ্ৰীক হুয়া বাজ্য হান। ৰাত্ৰি যেন চন্দ্ৰ কান্তি নকবে মলিন॥ ১৭১০ ধন জন বাজ্য ভাবে ভৈলন্ত বৈবাগ। জটী যেন ত্যজিল গৃহব অনুবাগ॥ প্ৰদক্ষিণ কবিয়া সেৱক সব সজ। লীলা গতি চলি গৈলা যেন মত্ত গজ॥ ১৭১১ অসন্তোষ বাঘৱব নলখিলা জনে। সৰ্ব্বলোকে সন্তোষিল৷ হবসিত মনে | মনত বিষাদ মুখ হবিষ লক্ষাণ। কৌশল্যাব থান পাইল৷ পাচত লক্ষাণ॥ ১৭১২ ব্ৰাহ্মণক দেখিলা দুৱাৰ পৰিহবি। দেৱতাক পূজি আছে স্বস্ত্যায়ন কৰি॥ তাসম্বাক প্ৰণাম কবিলা বিদ্যমান। পাচে প্ৰবেশিলা গৈয়৷ কৌশল্যাব·থান॥ ১৭১৩ বিষ্ণুক পূজন্তে দেখিলন্ত নিজ মাৰ। দুই ভাই মিলি প্ৰণমিলা তান পাৱ। প্ৰণামোহে৷ হেৰা বাম আৱৰ লখাই। কল্যাণে বঞ্চিয়ো কুখিধৰ মোৰ আই॥ ১৭১৪ হেন শুনি কৌশল্যা ৰামৰ গলে ধৰি। কুলৰ নন্দন বুলি অভিনন্দা কৰি॥ 9 1 হাতে গাৱ মাজিলন্ত দিলন্ত আশীষ। ধেনু ৰস পায়৷ যেন বিবিধ হৰিষ॥ ১৭১৫ শুন বাপ ৰাম মোৰ হৃদয় নন্দন। দেৱৰ নিম্মাল্য হেৰা পিন্ধিয়ো চন্দন॥ বাপৰ আজ্ঞায়ে তুমি হৈবা যুৱৰাজ। জনক পালিব৷ বুজিবাহা ৰাজকাজ॥ ১৭১৬ আৱব পালিবা তুমি যত দ্বিজগণ। পুত্ৰৱতে প্ৰজাক পালিবা সৰ্ববক্ষণ॥ দেখিব৷ সকলো মাৱ মোহোৰ সমান। শ্ৰাদ্ধ যজ্ঞ কৰিবা দিবাহা মহাদান॥ ১৭১৭ । শুনি বামে বোলন্ত গাৱৰ মুখ চাই। আথান্তব ভৈল বৰ নতু শুন৷ নাই। উলট পালট ভৈল আমামাব কাজ। কৈকেয়ীৰ বোলে ভবতক দিলা বাজ॥ ১৭১৮ বাক্যে বান্ধি নৃপতিক দুই বব মাগি। আমি বন যাইবো চৈধ্য ববিষক লাগি॥ আউব এক বব ভবতক দিল দেশ।
- আমাক নিষ্ঠুৰ বাণী বুলিল আশেষ॥ ১৭১৯
ভবতক লাগি তেজিলোহে৷ ধন জন। বাজাৰ আদেশে আজি ঢলি নাইবো বন॥ বাজ্য ভোগ তেজিলোলে কুট্টন্স সকল। চিব জট৷ ধৰিবো ভুঞ্জিবো বনফল॥ ১৭২০ হেন শুনি কৌশল্যাব মোহ ভৈল মন। গুবিত ছেদিলে যেন বৃক্ষ হোৱে চন॥ ভূমিত পৰিল গাৱ সন্তাপিত ভাৱ৷ পৰম বিকলে বিচ্ছিত ভৈলা গাৱ। ১৭২১ সন্তাপে পোবন্ত নেন তুলাত অগনি। অচেতন পৰিলন্ত বানব জনৰ্না॥ আথে বেথে দুই ভাই তুলি ববি হাতে। হুশীতল জল আনি ঢালিলন্ত মাথে॥ ১৭২২ ১৭