পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৯)

পাণ্ডৱলৈ স্নেই কম নহয়; বিশেষত অৰ্জ্জুন তেওঁৰ; প্ৰিয্ন শিষ্য.। নহলে, আনবোৰ শিষ্যক খৰি পানী আনিবলৈ পঠি- য়াই মুনে মনে অৰ্জ্জুনক নান৷ বিধ অস্ত্ৰ-শঙ্তৰ শিকাই নে ? ছিঃ!, বৰ ভুলটো ক্ৰিলে।। কৰ্থকহে সেন'পতি পতা উচিত আছিল! তেওঁৰনে| আকৌ মন পাওঁ কেনেকৈ ? যুদ্ধ নৌ আৰম্ভ হওতেই কলাৰচীদে মন্ত্ৰ শিকাই থৈ গৈছে। “তুমি কুম্ভীৰ বৰ পে৷” বুলি কৈ গৈছে নহয়। চি দ্ৰোণৰ প্রবেশ । ই ]-এইয়| তত "ওলালহিয়েই । ড্ৰোণ--মহাৰাজ ! আপুনি ইমান চিন্তাকুল হৈছে কিয় +

৷. আপোনাৰ এনে অৱস্থ| দেখি মোৰ মনত, বৰ তুখ লাগিছে।

সোনকালে আপোনাৰ 'চিন্তাৰ কাৰণ কৈ নিৰ্ভাবন| কৰক ৷ ১ দুৰধ্যোধন-- (প্ণিপাত ক্ৰি) গুৰুদেৱ ! কবলৈ আৰু, কি আছে ! আপুনি সকলে| কথ| জানেই ৷ ইমান দিনৰ মূৰত্‌

৷, জানিলে| ষে পিতামহ ভীগ্মে যেতিয়| অৰ্জ্জ,নৰ শৰত্‌ প্রাণ '_ এৰিলে তেতিয়াই কুৰুকুল নিৰ্ববংশ হল | গতিকে মোৰ ম্‌নৰ

আশ মনতে ৰল । ইমান সোনকালে যে পিতামহৰ কাল হব, সি মোৰ সপগ্নৰে৷ অগোচৰ আছিল । শকুমি--বাঁপ| [_. মিছ| কথাত ত অনুতাপ কৰ| ভাল নহয় ।

৷ এতিয়া আহা, গুৰু ত্ৰোণক মেনাপুতি কৰি ৰণলৈ যাওইহঁক ।

দ্ৰোণ--মহাৰাজ ! এজন সেনাপত্ৰি মৰণত আপুনি ইমান ব্যাকুল হৈছে কিয় ? এতিয়াও সেনাপতি,পদৰ উপ-