পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৯)

যুঁজ বীৰ আপোনিৰি ফৈদতি অনেক আঁছে।- আগনি হলৈই অস নংখ্য'বীৰে আপোনাৰ হকৈ প্রাণ উচ্নিবলৈ সাজু আছে । _ তুধ্োযোধন-_( দ্ৰোণৰ হাতত ধৰি) গুৰুদেৱ ! আজি মই সঁকলোৰৰ” আগত আপোনাক সেনাপতি পদত বৰণ কৰিলোঁ৷ মোৰ ”ধঁন, মান লাজ, ভয়, ৰাজত্ব, সৈন্য'সামন্ত সকলোকে = আপোনাত অৰ্পন কৰিলে৷ । | স্ৰোণ--মহাৰাজ আপুনি চিন্ত! নকৰিব। মই আজি: য়েই পাঁচ পাণ্ুৱক ধৰি দি আপোনাৰ মনোৱাথ| পূৰ্ণ কৰিম। এতিয়| বলক, যুদ্ধৰ আয়োজন কৰৌহঁক ।' | শকুনি--এৰা, এতিয়াহে । আজি বাৰু গ্ৰ পেট কুটে নে” সুফুটে চাম৷ ৰাম-টাঙ্লোন জোকাৰি ডাংকোঁপ = মাৰি ফুৰাঞ্জনৰ ধুন দেখ| যাব | স্মশ্বৰে কৰিলে এইছ তেওঁৰ’ ডিঙ্গিত শিকলি লগাবলৈ পাম । গদাপাট দেখুৱাই = যাকে তাকে ভয় খুওৱাৰ 'মূৰ মৰিব পায় দেখে| । _ লসিঁ্টাগণ-_ জয় কুৰুপতিৰ জয় ! জয় মহাৰাজ মুদ্ ধৰ্মৰ জয়’! জয় গুৰু দ্ৰোণৰ জয়!

জই এফডান। উট বীৰ সৱ, ডা কাচি সাৰি, ক’ম ৰ৪৪ হৌঁৱা। দাৰা! শাৰী । '_লোৱা| অঙ্ত কুলি, যাৰে ভাগে যেনে; "_ বধাহে পাণ্ডৱ ' আজি দিনে'ৰণে ৷