পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৮)

__ শৰুনি--লোকধ পালে বুলি কোন্বাই কাৰবাক ধন, মান এৰি দিব, পাৰেনে 1; হায়! হায়! ইয়ালৈকে তুমি ক্ষত্ৰিয় কুলত জন্ম, লৈছিল| ? চিঃ! ই. সামান্য লাজৰ কথা নহয়।

_, কৰ্ণ--বাস্তুবীক, এই লাজ ৰাখিবলৈ পৃথিবীত ঠাই নহব।. গোটেই জগত জুৰি কলঙ্ক থাকিব ৷,

_দুৰ্য্যোধন--মাম| 1. এতিয়ন্ননে| কাক সেনাপতি কৰ| উচিত? (কোনে পাণুৱক্‌ ধৰি দি মোৰ হিয়াৰ শাল উভালিব ? শকুনি--মোৰ মনেৰে গুৰু দ্ৰোণকে সেনাপতি, পাঁত| আালু।। , কিয়নে|. তেওঁ পাণ্ডৱৰ অন্ত্-গুৰু ৷ পাণ্ডৱে কেতিয়াও | তেওঁক, প্ৰাল্ত, কৰিবি নোৱাৰে ; সিহঁত নিশ্চয় দ্ৰোণ্ৰ হাতত, মৰির ।.. । । কৰ্ণ-_-অতি সজ প্রস্তাব । হু.নিশ্চয় বহু বিবেচনাৰ ফল । দ্ৰোণাচাৰ্ধয আপোনাৰ অন্নেৰে প্রতিপানিত, গতিকে তেওঁ প্ৰাণপণে আপোনাৰ হিত্ত চেই্ট| কৰিব; পাণ্ডৱ দ্ৰোণৰ শি=- ৷ এত্কে পাণুৱৰ পৰাজয় ধুৰুপ | এতিয়া যোৱা যাওক ৷ ৷ গহৰি, কৰাৰ সকাম, নাই । সোনকালে দ্রৰোণক সেনাপতি পদত, বৰণ, কৰোগৈহঁক । =, শকুনি--স্বগতঃ] যি. ভীষ্মই পৰণ্ুৰামক পৰাস্ত নল ষাৰ_ নামত সুবাস্সুৰ, যক্ষৰদ্ষ, গন্ধৰ্ব আদি, কম্পমান, সেই ভীষ্ম দুৰ্য্যোধনৰ সেনাপতি হৈ এট. পপ্রাণ্ুৱকে] হানি নকৰিলে! | পাণ্ডৱলৈ তেওঁৰ ইমান মৰম ! ইমান ললেই! নিজৰ প্রাণকে ৰলি দ্বিলে। সম্প্ৰতি ৰাপুৰে৷ মন গোৱ| টান হৈছে | এণঁৰে|