সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(P): (99) খাম্বাজ-- একতালা। 15P FIN STAT চা খাম্বাজ-- একতালা। $331 কা মিনতি কৰিছে৷ কৰজোৰ কৰি চামাকা কৰা কৃপা হৰি অধম জনে মনৰ আন্ধাৰে পৰি আমি নৰ, কত অপৰাধ কৰিছোঁ ঈশ্বৰ, ক্ষমিবা সিসব দোষ - অজ্ঞানৰ, দয়া কৰি হৰি আপন গুণে। শিত হয়; কী

তজু পদে হৰি এই নিবেদন, চোে পৰ হিতে যেন সদা থাকে - মন, FITED পৰৰ কাৰণ সদা কান্দে মন,! নাই অন্য বাঞ্ছ৷ আমাৰ মনে॥ [ সপ্তৰথীৰ প্ৰবেশ ] অভি--কি সেনাপতিসকল! আকৌ আহিছে। আপো- নালোকৰ অলপো ঘৃণা নাই, লজ্জা নাই. ভয় আপোনালোকৰ জীৱন ধিক! বীৰত্ব শতবাৰ ধিক! নাই! বাৰে ২ মোৰ হাতত পৰাস্ত হৈও লাজত মৰি যোৱা নাই! বালক বুলি ইমান দন্তালি কৰিছিল, এতিয়া সেই দৰ্প কলৈ গল্প? পলায়ন ধৰ্ম্ম বীৰৰ নহয়; শিয়াল কুকুৰ আদি দুৰ্ব্বল পশু- চন্দ্ৰ, সূৰ্য্য, অগ্নি, বৰুণ, যম, পুৰন্দৰ সকলো সাক্ষী; এইবাৰ নপলাব। আপোনালোকে এই বীৰত্বেৰে। পাণ্ডৱক পৰাস্ত কৰি দুৰ্যোধনক ৰাজ্য দিম বুলি প্ৰবোধ দিছে! ক্ষন্তেক ৰব। আজি সকলোকে একে লগে বিনাশ কৰে৷ এ বহে।