সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(DP) ( 93 )

  • AT $165

কুখ্যাতি আনাত মোৰ যি লাগ লাগিছে তাক কি কম! আহক বাৰু। কাৰ কিমান ক্ষমত৷ চোৱা যাওক। । অৰ্জ্জুন- পুত্ৰ অভিক সহজে বিনাশ কৰিব পাৰিব বুলি নাভাবিব। যদি হয় তেন্তে মোৰ বাহুবলে৷ মিছ৷ মিছা। দুৰ্য্যোধন—কি? বালক বালক! সমুখত - P চোন চাওঁ, কোনে কাক মাৰিব পাৰে আৰু ধনুৰ্ব্বাণো বৰ কথা। আহ যোধাৰুসকল! কি চাইছা? ইয়াক এতিয়াই বধ বধ কৰা না I জয়দ্ৰথ — যি আজ্ঞা মহাৰাজ। আৰু বিলম্ব কৰা উচিত 1. নহয়। . ইয়াক এতিয়াই মাৰা ভাল। [ অভিৰ প্ৰতি ] অৰ্জ্জুন- পুত্ৰ! তই বালক হৈ ইমান গৰ্বৰ কৰ! এতিয়াই তোৰ গৰ্বব খৰ্বৰ হব। আহ; যুদ্ধ দে। 152 3 [ যুদ্ধ আৰু সপ্তৰৰ্থীৰ পলায়ন ] অভি—হে কৃষ্ণ, দীনবন্ধু, দীননাথ! এই বিপদৰপৰা ৰক্ষা কৰা। তোমাৰ প্ৰিয় ভৃত্য অভি, অন্যায় যুদ্ধত প্ৰাণ হেৰুৱায়; চৰকালত তোমাৰ শ্ৰীচৰণ দৰ্শন দি অভয় দান কৰা। তোমাৰ সেই অভয় পদত যেন মোৰ অচলা ভক্তি থাকে! এই কামনা প্ৰভো! দয়াময় : হে শমনদমন, জগ-

ভাৰণ, বিপদভঞ্জন হৰি : আৰু যেন এই মৰ্ত্তাভূমিত জন্ম লব নালাগে। দয়াময়! দয়া কৰি দাসৰ এই অভিলাষ পূৰ্ণ কৰা।