সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(98) বাট চাই আছোঁ! নহলে কেতিয়াবাই তোক মাৰি পেলালে। "হেতেন। তোক নমৰাটোহে ভুল'; সেই কাৰণে সপ্তৰথী লগ লাগি আজি তোক বধ কৰিহে যাম বুলি প্ৰতিজ্ঞা কৰি "আহিছে।। বালক ব বালক" বুলি আৰু ক্ষমা কৰা নাযায়। RJ অভি—থিক; অপোনালোকে সপ্তৰথী লগ লাগি অভিক মৰম দেখাবলৈহে আহিছে। ধিক আপোনাৰ বীৰত্ব, ধিক আপোনাৰ মান! আপোনাক ” কুলাঙ্গাৰ নুবুলি থাকিব নোৱা ! ৰিলে।। আপোনাক খণ্ড খণ্ড কৰি কাটিলেও মনৰ দুখ ॥ । মুগুচে। আপুনি মাথোন আপুনি মাথোন মনুষ্য জনম লৈ পশুবৎ আচৰণ কৰিছে। পৃথিবী অপাণ্ডৱা কৰি ভাৰতত একছত্ৰী ৰজা হব লৈ যি আশা কৰিছে, তাক এৰি পেলাওক। পাণ্ডৱ বৰ্ত্তমান কা থাকোতে, অভিৰ দেহত জীৱন থাকোঁতে, সি কেতিয়াও হব নোৱাৰে। মই যে এই দুৰ্জ্জয় ধনু-শৰ ধৰিছোঁ, ই কেৱল কৌৰৱ নিৰ্ব্বংশ কৰিবলৈহে। কুৰুকুল নিশ্চয় নিৰ্বংশ হব। নহলে এনে দুবুদ্ধি হব কিয়? অনাথ-নাথ, শ্ৰীমধুসূদন, ত্ৰিলোক-ঈশ্বৰ আৰু সৰ্ব্ব-জীৱ উদ্ধাৰকৰ্ত্তা হৰিৰ লগত বাদ! আৰু কি ৰক্ষা আছে? সেই কৃষ্ণপৰায়ণ ধৰ্ম্মৰাজ, ভীম অৰ্জ্জুনাদি পাণ্ডৱৰ হাতত আপুনি অৱশ্যে উচান হব। কথাতে বিপৰীত বুদ্ধি। আপুনি কৰিছিল; কিন্তু দেখিলেন, কয় বোলে মৰণ কালত জীৱৰ মোক নিতান্ত বালক বুলি অগ্ৰাহ্য যে আপোনাৰ কিমান সেনাপতিক ম‍ই অকলৈ বিনাশ কৰিলে।? আপোনাৰ নিচিনা কাপুৰুষ, বিশুদ্ধ কুৰুকুলত জন্ম লৈ বংশৰ