পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পথাৰৰ গৰিমাৰে জল্‌মল্‌ তোমালোক
যদিওবা আহে বান
নিদাঘ্‌ জুইৰ বৰষুণ
কাঁইটীয়া শোহনী বালিচৰ
শইচৰ সম্ভাৰেৰে তোমালোক চহকী অতিকে।

অনুচ্চ আর্তি/ ৫৩