এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৮২
অঞ্জলি
বিভোল
দুৱাৰ মুখত আহি একে থিৰে ৰই
কাৰ ভাবিছা মনত,
আউক্তি, গম ই, গাছ। থিম হই-
চকু দুটি আছে আঁতৰত?
বাহিৰৰ পৰা একে এথা মনলই
সোমাবৰ বাট পোৱা নাই,
মেলা >কু, দেখা নাই, মাত কাণলই
ইমান প্ৰৱল আজ শ f৩ মনৰ
আন একো নোৱাৰা ভাবিব,
ইমান প্ৰখ আজি ৮ন্তাৰ পোহৰ
কতো একো নোৱাৰা মনিব।
কি ভাবিছা জনা নাই, বিড়োল ভাবত
মন আছে ক'ৰবাত গই,
তেজহীন ৰলহীন আজি চকু-কাণ,
জীৱ নাই, ভেল আহা লই।