এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
ৰগৰ দেৱী তুমি বায়ুপথগামী,
Hনন কি?
তোমাৰ লাৱণি গুণ কি বুজি আমি-
আমি পাপ পৃথিবীৰ জীৱ।
নোহোৱা নোহোৱা তুমি এই পৃথিবী,
নাই ল তোমাৰ পৰ;
দেৱৰে দুভ তুমি, অমৰাৱতীৰ
এপাহি কুষম মৰমৰ।
খোপেতি বু দিয়া , সবি।
কয় এই এফেয়াৰ মাতে;
সন্দেহ নত মৈৰ-আহিলা পৰি
অপোৰ কৰাৰ বাটে।