সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান। ভকতক কৃপায়ে কলিত মহা হৰি যশ বিস্তাৰিলা দৈৱকীত অৱতৰি | কৃষ্ণৰ বাক্যত আবে কৰিও প্ৰত্যয় । মৰিবাক হলে আক কৰিও নিশ্চয় মৰণ সমল নাই বিনে হৰি নাম । জানি নিৰস্তৰে নৰে বোলা ৰাম ৰম । দুলৰি ৷ 99 নিগদতি শুক. শুনা সৱধানে, পৰীক্ষিত নৃপবৰ ৷ সম্বোধি দূতক, দুনাই যমৰাজা, মহিষ। কহো নামৰ পৰম দুৰ্ল্লভ, মাধৱৰ নাম, সংসাৰ সাগৰ নাৱ । তিনিও লোকত, নাহি হেন যম, নামৰ যেন প্রভাব । হেনবা বুলিবি, নামৰ মহিমা, যদি যানস্তাৱো নাই ৷ আছে ইটো ধৰ্ম্ম, কিমতে জানিব, শুন৷ তাৰো অভিপ্ৰায় ।