সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ সাঁচি থোৱা কথা অন্তৰে অন্তৰে ৰ'ল, আশাৰ কুহুম এনেয়ে সুকাই গ'ল। বহুদিন ধৰি সুখ সৰোবৰ নোৱাৰিম আৰু " এই জনমত পুৰাৰ মনৰ কাম, হৃদয় বুৰঞ্জী প্ৰতি পাতে পাতে গঁথাৰল তব নাম। তোমাৰ নামতে প্ৰাণ বিসৰ্জ্জিলে। নহওঁ স্বতন্ত্ৰ আৰু, কোন সেই জন বিধান কৰোঁতা (তেওঁৰে) কামনা পূৰক বাৰু!