সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ লুকা ভুকি কৰি যিমানে 'আঁতৰি যেতিয়াই পাম তধা লাগি চাম যতেই থাকৰা তই, ( আক’ ) ভাল পাওঁ দেখিহে মই। সখি লৈ। সখি! কি বুলিনো আজি শোকৰ ধুমুহা শুনাম তোমাক ঘনাই বলিছে দুখৰ কাহিনী মোৰ, নপৰে ইয়াৰ ওৰ।