সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উস্! অঙ্কুৰ কোন সতেৰে এৰিম তোমাক হিয়া মোৰ ফাটি যায়, নাজানি নুশুনি কৰিছিলে৷ যদি ক্ষমিবা সকলো দায়। যাওঁ আৰু মই নকৰোঁ পলম ৰাখিবা মনত সেই, বিদায় বাণীৰে চকুৰ পানীৰে মাগিলোঁ মেলানি দেই! নগাওঁ (বোৰ্ডিং), অন্ত।