সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ লগ নিদি তই এৰি যাৱ গ‍ই চকুৰ আঁতৰ হই, উপযাচি আহে৷ লাজ মান এৰি

ভালপাওঁ দেখিহে ম‍ই। তই জানো আৰু নাহিবিনে বাৰু নেপামনে কোনো কালে, সংসাৰ যেতিয়া নিশ্চয় তেতিয় আহিবিতো এই ফালে।