সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ কেলেই মাতিছ কোনেনো বুজিছে গাইছে কিহৰে গান, উপজি পুৱাতে মউসনা মাতে দিছ বা কিহৰে জান। ( মাথোঁ ) দেশ বিদেশত একেটি টানত কামবন নাই হৈছে আপুত্ৰৰ পুত, তোকেহে চাই “আহিছে বাসন্তী দূত।” § ৬৫.