সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ ময়ো ভাল পাওঁ ৰই ৰই চাওঁ তোৰ ঐ কেনেনো লীলা, গছৰ ডাললৈ মাতৰ উৱালৈ পাহৰে৷ সকলো খেলা। মোৰ মনটোতে তোৰেই লগতে দেশ বিদেশলৈ ঘুৰি, সংসাৰী জীৱন কৰি সমাপন পাম গৈ আনন্দ পুৰী। ৬৬