সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিন্তু সেই আশা অঙ্কুৰ নৌ পুৰাওঁতেই জীৱন কৰিলা ওৰ, স্মৃতিটিয়ে মাথে। কন্দুৱায় মোক (তুমি) কোননো আছিল৷ মোৰ? ১৯২৪ ( নগাওঁ কুলি। কুলি অ', কুউ কুউ কৰি কাকনো সাদৰি কাৰেনো কথাটো পাত, অবুজা ভাষাৰে, মনৰ আশাৰে (নে) বাসন্তী বিয়ালৈ মাত? ৬৪