সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ ঘৰ পাই মই অকলে তাকলে মানস পটত তোমাৰ কথাকে ভাবোঁ, তাকেই ধিয়াই থাকোঁ। ছবিটি আঁকিলৈ ৰাতি সপোনতে৷ তোমাকেহে দেখোঁ শুনো সেই লনি কথা, অফুত স্বৰেৰ বেদনা নোওঁ পাওঁ পাচে কেনে বেথা! ভাবিছিলোঁ। মনে এতিয়াৰ দৰে সংসাৰ ক্ষেত্ৰত্ব জীৱন নিয়া দুয়ো থাকিম নিৰন্তৰ, সুখেৰে সাজিম ঘ 08