সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ যেতিয়া তোমাক লগ এৰি আহেঁ। কৰ্ত্তব্য আজোৰ পাই, কি মধুৰ সুৰে গীত গাইছিলা মোৰ কাণত পৰাকৈ। ম‍ই যদি আকৌ ঘূৰি ঘূৰি যাওঁ তুমিও আঁতৰ হোৱা, তোমাক নেদেখি উলটি আহিলে 1 দুৱাৰেদি জুমি চোৱা কিবা কথা ছলে বাটলৈ ওলোম্না মুখত অঙ্গুলি তুলি, ময়ো ঘুৰি ঘূৰি কবাৰ চাও পদূলিত দেখো বুলি। ৬২