সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( তুমি ) কোননো আছিলা মোৰ। নিতউ সন্ধিয়া তোমাৰ ঘৰত তোমাক কাষত লই, মিলন সঙ্গীত দুয়োটিয়ে ধৰে। আপোন পাহৰা হই। (মই) তাৰ মাজে (তুমি) মিচিকি হাঁহিৰে চেগ বুজি বুজি তোমাৰ মুখলৈ চাওঁ, প্ৰতিদান দিয়া আনন্দে ওপঙি যাওঁ।