সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখিলে কচিৎ অঙ্কুৰ নাৰু সিঙতাই ভাবো মনে মনে অসভ্য বৰ্ব্বৰ, দেশৰ চৰ্চ্চালৈ জাতীয় ভাষালৈ নকৰে৷ কদাপি মনত ভাবন। (কিয়নো) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান। আমাক নেলাগে এই লেতেৰা দেশ, পুৰণি বুৰঞ্জী নাসন কৰিম, বঢ়াম নতুন সভ্য জ্ঞানী জাতি, পুৰণি কীৰিতী লুপুত কৰিম, 57