সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ —–ন গৌৰৱ জ্বলাম চতুৰে, দেখাম আমাৰ গৌৰব কিমান। (কিয়নো) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান। আমি হে মাথোঁ ভাৰতৰ উন্নত জাতি, প্ৰাচীন জাতিৰ বেলি ভাতি দিব, নুমাব নিজেই সিহঁতৰ নাম, আমাৰ হিয়াত একতাৰ বীজ পছাই তুলিম একতাৰ পুলি ফুলাই উজ্জ্বলাম হিয়া কানন। (কাৰণ) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান।