সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ আমি পাহৰি আহিছে৷ ঘৰুৱা মাত এৰিছে। সকলো পুৰণি কলিয়া আচাৰ বিচাৰ ধৰম কম, লইছো নতুন শুদ্ধ দীক্ষা ধৰ্ম্ম, পৰৰ দোষ শুধৰা কৰে৷, নিজৰ দোষলৈ নকৰোঁ মন। (কাৰণ) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান। এই লেতেৰা দেশৰ লেতেৰা মানুহ চকুৰে নাচা মুখেৰে নামাতো ৫৬