সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ “কোট-পেণ্ট” পিন্ধি তহলি ফুৰিছে। জীৱন সদ। আনন্দ মন। (কাৰণ) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান। আমাৰ মুখত সান্দহ, পিঠা, পৰমান, দোৱা ভজ। যত আতায়েই তিতা গৰুৰ মঙ্গহ, মদৰ বতল, কুকুৰাৰ কনি, বিলাতী পানী, এয়ে নহলে এতিয়া আৰু আমাৰ নহয় খাদ্য পুৰণ। (কিয়নে।) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান। ৫৫