সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ আমি ঘাঁহিছে৷ মূৰত সদা সুগন্ধি তেল, সাজত সদায় নানা তৰহৰ লগাই ফুৰিছে৷ বিলাতী আতঁৰ, গোন্ধৰ সকলো তধা লাগি ৰয় অনি কথাত নিদিওঁ কাণ। (কিয়নো) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান। আমি মূৰৰ পৰা নখহাওঁ “হেট” “তবেকোৰ” ধোঁৱা “পাইপত” টান, হোকা চিলিম ৫৪ দলিয়াই দিওঁ,