সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ লাহত মাথোন কেতিয়াবা পিন্ধো, ফিৰ ফিৰিয়া৷ ধুতি এখান। (কাৰণ) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান। আমি ভৰিত লগাওঁ নানা তৰহৰ ধুনীয়া বিলাতী কেৰ কেৰ কৰা অলেখ জোতা, অলেখ মুজা, ফালিছে। সদায় ভেৰিয়া শেওঁতা কৰিছে৷ সদা গালই মন। (কাৰণ) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান। ৫৩