এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
আমি ইংৰাজী শিকি হইছোঁ পণ্ডিত,
নালাগে আমাক
আদিম সংস্কৃত,
নালাগে হিন্দি, নালাগে পাৰ্চি,
আসামী ভাষাৰে
নোৱাৰি তৰিব,
(আমি তালৈ) নিদিও কাণ নিদিও মন।
(কিয়নো) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান।
আমি এম-এ, বি-এ, বি-এল, পাচ কৰি
হইছোঁ হাকিম,
হইছোঁ উকিল,
পিন্ধিছোঁ আমি চাহাবি সাজ,
৫২