এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ
দেখিছোঁ সকলোঁ প্ৰভু!
তোমাৰেহে চয়,
কালৰ সোঁতত পৰি
দেখোঁ মায়াময়।
কৰিছোঁ অজ্ঞানে স্তুতি
( তযু ) চৰণ ধিয়াই,
দিয়া যেন সজ বুদ্ধি
হৃদয় ভৰাই।
১৯২৪
নগাওঁ (বোডিং)
⸻
৪১
অঙ্কুৰ
দেখিছোঁ সকলোঁ প্ৰভু!
তোমাৰেহে চয়,
কালৰ সোঁতত পৰি
দেখোঁ মায়াময়।
কৰিছোঁ অজ্ঞানে স্তুতি
( তযু ) চৰণ ধিয়াই,
দিয়া যেন সজ বুদ্ধি
হৃদয় ভৰাই।
১৯২৪
নগাওঁ (বোডিং)
⸻
৪১