এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মহাপুৰুষ ৺শ্ৰীশ্ৰীশঙ্কৰ দেৱ। *
নিকুঞ্জ কাননত জিলিকি পৰিছে
যত আছে তৰু ৰাজি,
অসম মাতৃও জিলিকি পৰিছে
শঙ্কৰ নামেৰে আজি।
দুখুনী মাতৃৰ পবিত্ৰ গৰ্ভৰ
তুমি হে সুপুত্ৰ ধন,
কালৰ সোঁতত অহা যোৱা কৰি
ভৰিছে হৃদয় খন।
* ১৯২৩ চনত ভাদমহীয়া তিথিৰ দিনা—নগা ওঁ অ, ভা, উ, সা, সভাত পাঠ কৰা।
১৮