এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
ৰূপালী জেউতি সোনোৱালী হাঁহি
মুখত মাধুৰী পৰা,
গলত নীলিমা মাণিকৰ হাৰ
আজি কিযে বসুন্ধৰা!
কেনে অপৰূপ প্ৰকৃতিৰ শোভা
কেনেনো সুখৰ দিন,
জনম ভূমিৰ হিয়াৰ মাজত
বাজিছে মধুৰ বীণ।
⸺
১৭
অঙ্কুৰ।
ৰূপালী জেউতি সোনোৱালী হাঁহি
মুখত মাধুৰী পৰা,
গলত নীলিমা মাণিকৰ হাৰ
আজি কিযে বসুন্ধৰা!
কেনে অপৰূপ প্ৰকৃতিৰ শোভা
কেনেনো সুখৰ দিন,
জনম ভূমিৰ হিয়াৰ মাজত
বাজিছে মধুৰ বীণ।
⸺
১৭