সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

আহাহে পথিক জন
চোঁৱাহি এবাৰ ৰই
 চাই চাই জুৰুৱা নয়ন।



ফুল।*

আছিলা এদিন নিকুঞ্জ বনত
 নবীন প্ৰতিভা লই,
তৰুণ লাবণ্য মন মোহা ৰূপে
 ফুলনী শোভিত হই।

⸻⸻⸻⸻⸻⸻⸻ নগাওঁ অ, ভা, উ, সা, ত—পাঠকৰা।