নাৰায়ণ মায়া জানিব কোই
।।ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। নাৰায়ণ মায়া জানব কোই।
সুৰপতি, চতুৰবয়ন, মুনি শঙ্কৰ,
চিন্তিতে আকুল হোই।।
পদ।। অঘট-ঘটন-পটু চাতুৰী যো নিত
অনিত সমান সব হোই।
যতয়ে অনিত নিত সম ভাষত
ঐচন চাতুৰি হৰি তোই।।
কোই কোই সঞ্চা কোই কোই মিছা
কবহু নিয়ত নাহি জানি
সঞ্চা মিছা সমান কয় ভাষত
মোহ কৰত বেদবাণী।।
সঞ্চা মিছা কিছুৱে নাহি জানত
মুৰুখ পামৰ মতিহীনা।
যাহা গতি-মতি তুহুঁ কমলাপতি
কহত মাধৱদাস দীনা।।