নাৰায়ণ সেবহু চৰণ তোহাৰি
Jump to navigation
Jump to search
।। ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। নাৰায়ণ সেবহু চৰণ তোঁহাৰি।
তুহুঁ বিনে আৱৰি সুহৃদ নাহি হেৰহু
দয়া কৰহি হামাৰি।।
পদ।। তুহঁ কৃপালু কৰুণাময় মানস
দয়া কৰু একুবাৰা।
নিগম-নিগূঢ় সাৰ তেৰি নামা
ৰহু ভৰি বয়নে হামাৰা।।
ভকতি আনন্দ বিন্দু কৰু দানা
মেৰি যতনে তেজি আশা।
পয়ৰহি লাগি শৰণ-একু মাগোঁ
দীন মাধৱ মতিনাশা।।