নাৰায়ণ মাগো চৰণ ৰতি তেৰা
।। ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। নাৰায়ণ, মাগোঁ চৰণ-ৰতি তেৰা।
ই তিনি-ভূৱনে তুমহি বৰঠাকুৰ
নাহি জানত মতি মেৰা।।
পদ।। ভুৱন চতুৰদশ কায়া ফিৰত মেৰি
বেৰিবেৰি অন্ত নাহোই।
তাৰু তাৰু তাৰু ইবেৰি নাৰায়ণ
থোৰে কৰুণা কৰ মোই।।
সয়ল পাপী মহ হামু অধিকতম
কমনে তৰিতে মেৰি আশা।
কহয় মাধৱ হৰি তুহোঁ পতিত-গতি
ওহি মেৰি পৰম ভৰসা।।