জানো জানো সন্দৰ
অৱয়ব
জানো জানো সুন্দৰ
পৃথিৱীয়ে তোক চিনি নাপায়
নিজৰ মুখনি যি
দাপোনত কোন কালে নিজে দেখা নাই----
তাৰে ছবি আঁকি মই তাৰে আগতে দিলে
সিনো কেনেকৈ চিনি পায়?
মই মোক চিনি পালে
তোকে চিনি পাম
তোকো চিনি পালে মই
মোকে বিচাৰি আক’
তোৰ মাজলে’কে লৰি যাম৷৷