জয় জয় দানৱ সেৱিত

ৱিকিউৎসৰ পৰা


জয় জয় দানৱ সেৱিত মহাদেৱ
            জয় জয় ত্ৰিশূলধাৰী
জয় শিৱ শঙ্কৰ জয় জয় বিষধৰ
            জয় ভীম বিভোল ভয়হাৰী৷৷