চলৰে চল বন্ধু উদ্ধৱ হে
।।ৰাগঃ কৌ।। তালঃ পৰি।।
ধ্ৰুং।। চলৰে চল বন্ধু উদ্ধৱ হে।
মেৰি সুমৰি গোকুল, মন দহে
গোপী আকুল হামু বিৰহে।।
পদ।। সুমৰি সুমৰি মন ঝুৰয় ঘন ঘন
ধৰিতে না পাৰে হিয়াৰে।
হামাত নিত নিত চুম্পি প্ৰাণ চিত
সয়ল গোপিনী ধৰে জীৱৰে।।
পুত্ৰ পৰিবাৰ ছাড়ল নিৰন্তৰে
হামাতে কয় পতি-আশা।
মাধৱ দাস দীন কহয় ভকতিহীন
মই হৰি দাসকু-দাসা।।