চিন্তহু গোবিন্দ মন মেৰি ভাই
অৱয়ব
।।ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। চিন্তহু গোৱিন্দ মন মেৰি ভাই।
হৃদি পঙ্কজে ৰহু ৰাম গোঁসাঞী।।
পদ।। জগজন জীৱন ৰহু হৃদি ৰামা।
কোটি কল্পতৰু পূৰণকামা।।
মাধৱ দীন কহয় মন মোই।
ৰাম বিনে নাহি বান্ধৱ কোই।।