পৃষ্ঠা আলোচনা:ভাৰতৰ সংবিধান.pdf/২৬
বিষয় যোগ কৰকঅৱয়ব
Latest comment: ৩ বছৰৰ পূৰ্বে by অনামিকা(চুমু) বড়া
অনামিকা(চুমু) বড়া: সম্পাদনাটো চাই দিব এবাৰ।
Jyotipch:, 🙏 মই এইটো দেখাই নাছিলোঁ🙏 আৰু মই ইমান নাজানো নহয়, নিজেও শিকিহে আছোঁ। যি কি নহওক, আপুনি পৃষ্ঠাখন ইমান কষ্টকৰি কৰাৰ পাছত মুদ্ৰণ সংশোধনৰ হালধীয়া বুটামটো টিপি চেভ কৰি দিয়া নাই যে😁।কৰি দিব🙏 ৩ পইণ্ট এটা আহি যাব অসমীয়ৈ ৱিকিউৎসলৈ। ধন্যবাদ আপোনাক🙏 অনামিকা(চুমু) বড়া (talk) ২২:০৮, ১৪ নৱেম্বৰ ২০২০ (IST)