পৃষ্ঠা:ৰেণু.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

মিলনত

⸺০⸺

বাঁহীৰ মাতটি  শুনিযে আহিলোঁ
 লাজ মান পৰিহৰি,
সেযেনেকি তুমি  হে নিষ্ঠুৰ শ্যাম,
 গ’লা এলে দৰে এৰি?

শুকাল কতনো চাকি মালতীৰ,
 মিছাতে মাথোঁ গাথিলোঁ;
নাভাবি নুগুনি  আগতে তোমাক
 মিছাতে হিয়া সপিলো॥

৩২