পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
২৬
ৰাস ক্ৰীড়া।

কৃষ্ণৰ কিঙ্কৰে,  ভাণল শঙ্কৰে,
 হৰি পাৱে কৰা ৰতি।
শুনা সৰ্ব্বজন,  এড়া আন মন,
 ঘোষিয়ো হৰি সম্প্ৰতি॥

ঘোষা।

পদ্মপাণি হামি কাহা যাওঁ কৃষ্ণ কৈত পা
গোবিন্দ বিনে বৃথা জনম গোয়াও॥

ভকত বামদ পাদপদ্মে মনোৰম।
 * * * * *
হলয * কৰিলে স্মৰণ॥
আমাৰ স্তনত হেন * চৰণ।
 * নশে *****
 * * * * *
 * * * * *
 * * * * *
তোমাৰ * * মহা সুখ।
‌‌ক্ষণেকে * * চিন্তা দুখ॥
এতেকে সবাকো ত্যজি ভজিলোঁ তোমাক
এড়িলা কোননো* তুমি আমাসাক