পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জ্ঞান লগত লৈ গৈছিল বুলি কোৱা হয়, যিখিনি জ্ঞান সময়ত কৈ বহুত আগবঢ়া আছিল। ইয়াৰ ভিতৰত পোপ জনে নিজৰ ৰাজপ্ৰাসাদত বনোৱা ব্ৰঞ্জৰ মূৰবোৰৰ পৰা গম পোৱা যায়, যি বোৰে হয় বা নহয়ত সোধা প্ৰশ্ন বোৰৰ উত্তৰ দিব পাৰিছিল। ঠিক আজিৰ দিনৰ অতি সাধাৰণ ৰবট এটিৰ দৰে।

 কাহিনী বা কিংবদন্তীবোৰ নিজে নিজে প্ৰচলিত নহয় কেতিয়াও। আজি আমি যিহেতু সেই নখন কিতাপৰ বিষয়ে শুনিছো আৰু পঢ়িছো, সেই কিতাপখনৰ পৰা সময়ে সময়ে ওলাই অহা জ্ঞান বোৰৰ বিষয়ে গম পাইছোঁ, সেয়েহে এই কিতাপ কেইখনৰ অস্তিত্ব সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। হয়তো আজি বা আজিৰ পৰা ১০০ বছৰলৈকে এই কিতাপ কেইখনৰ কথা মানুহে গম নাপাব, এই কিতাপ কেইখনৰ বিষয়ে থকা তথ্য খিনি যেতিয়া দেশৰ বাহিৰৰ মানুহৰ পৰাহে পোৱা গৈছে, অথচ ভাৰততে ইয়াৰ অস্তিত্ব, কিন্তু ভাৰতৰ মানহে নাজানে, গতিকে আজিৰ পৰা ১০০ কিয়, ২০০ বছৰ লাগিলেও ইয়াত আচৰিত হ'বলগীয়া একো নাই।

তথ্য সংগ্ৰহ―

https://www.quora.com/Apart-from-the-mention-in-novels-is-there-any-evidence-that-shows-the-Ashokas-secret-society-of-the-Nine-Unknown-Men-exists

https://en.wikipedia.org/wiki/The_Nine_Unknown

https://www.mensxp.com/special-features/today/28398-the-secret-society-of-ancient-india-s-illuminati-the-story-of-ashoka-s-nine-unknown-men.html

https://eden-saga.com/en/secrete-science-sufism-india-emperor-asoka-nine-unknown.html

https://bitmesra.ac.in/naps/the-secret-nine/

https://www.speakingtree.in/allslides/were-ashokas-nine-unknown-men-ancient-indias-illuminati

https://www.ancient-origins.net/myths-legends-asia/mysterious-secret-society-ancient-india-and-nine-unknown-men-ashoka-006714

http://www.jasoncolavito.com/blog/the-copy-and-paste-mysteries-of-the-nine-unknown-men

◀ ৰহস্যময় ভাৰত ▶ ৩৮