পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৭২ শ্ৰীকৃষ্ণ। কৰিম, সেই তত্ত্ব উপলব্ধি কৰিব পাৰিলে তোমাৰ জানিবলৈ আৰু একো বাকী নাথাকিব (১)। সহস্ৰ সহস্ৰ মানুহৰ মাজত হয়তো এজনে জ্ঞান লাভৰ অৰ্থে যত্ন কৰে, আৰু তেনে সহস্ৰ সংস্ৰ যত্নবাৰীৰ মাজত হয়তো কেতিয়াবা কোনোবাই পৰমাত্মাৰ স্বৰূপ তত্ত্বজ্ঞ ন লাভ কৰব পাৰে। মাটি, পানী, জুই, বায়ু, আকাশ, মন, বুদ্ধি অ'ৰু অহঙ্কাৰ এই আঁঠ (২) বিধ মোৰ (৩) অৰ্থাৎ পৰমাত্মাৰ পৃথক্ প্ৰকৃতি। কিন্তু, এই আঁঠবিধ মোৰ (প্ৰম আৰ) জড় প্ৰকৃতি, ইয়াৰ উপৰিও পৰমাত্মাৰ (পৰমেশ্বৰৰ) চেতন প্ৰকৃতি আছে। সেই চেতন প্ৰকৃতিয়েই আ১তন প্ৰকৃতিৰ জগতক ধাৰণ কৰি থৈছে। এই প্ৰকৃতিযুগলৰ সামঞ্জস্যত জীৱসমূহৰ সৃষ্টি; আৰু ময়ে ( পৰমেশ্বৰেই) জগতৰ উৎপত্তি আৰু প্ৰলয়ৰ কাৰণ। হে ধনঞ্জয়! জগতৰ কোনো বস্তুৱেই মোতপৰ ( ঈশ্বৰতকৈ) শ্ৰেষ্ঠ, বা মোৰা (পৰমাত্মাৰপৰ) স্বতন্ত্ৰ নহয়; তাত যে নকৈ মণিধাৰ গঁথা জ’ তখন মে' তেনেকৈ জৰিত হৈ আছে। হে কুন্তীনন্দন। মই (পৰমাত্ম) পানীত ৰস, চন্দ্ৰ-সূৰ্যত প্ৰভা, সৰ্ব্ববেদত ওঙ্কাৰ (ওঁ), থাকে, (১) জ্ঞ নৰ বলত ব্ৰহ্মবস্তু বুজব পাৰিলে, আৰু বজ্ঞানৰ দ্বাৰাই পৰমায়াক অনুভৱ কৰিব পাৰিলে, জীৱৰ জানিবলৈ আৰু এক বাকী নাথাকে। (২) সাংখামতেষাল বিধ বস্তু। যেনে ক্ষিতি, অপ, তেজ, মৰুৎ, বন্যা। পঞ্চ ও নেপ্ৰিয পঞ্চ কৰ্মেন্দ্ৰিয়, আৰু মন। (৩) ভগৱন শ্ৰীকৃষ্ণই নিজাত পৰমাত্মাক প্ৰতিবিম্বিত কৰি অহং “নে, “মা ইত্যাদি শব্দ ৰাৱহ ৰ কৰাৰ তত্ব ওপৰত ব্যাখা কৰা হৈছে। জগন দেৱে নিজ নিজত ঈষত্ব গচিতে। আৰোপ কৰা নাই যদিও, ভক্ত শিখা এনে শায় সৰ্বত, পূৰ্ণ, জন-বিজ্ঞানৰ অখন কৃষ্ণ সাগং ঈশ্বৰ বৰপ গতি পৰাৰ বাখাত গৰনি একই পৰষাৰ ঠাই কাহিতি - “শোল” “ মোগৰেহৰ দিছে।