পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৬৭ আকাশত শব্দ, পুৰুষত পৌৰুষৰূপে বিদ্যমান। সকলোতে ভগৎ- সভ বিদ্যমান জনি। ময়েই (পৰমাত্মাই ) পৃথিবীত পুণ-পৱিত্ৰ গন্ধ, অগ্নিত ময়ে (পৰমেশ্বৰেই) তেজোৰুপে জ , তপস্বীৰ তপস্যাতো মোৰই (পুৰ্ণ ব্ৰহ্মৰই) অৱস্থিতি। হে পাৰ্থ! মোকেই (পৰমাত্মাকেই। সৰ্বভুৰ মূল, বুদ্ধমানৰ বুদ্ধি, আৰু তেজস্বীৰ বীজ বুলি জানিবা ময়েই (পৰম ত্ম ) তেজ বুলি বুজিবা।” (১) “হে অৰ্জুন! ইতিপূৰ্ব্বতে আভাস দি (২) অহা হৈছে যে, ময়েই ব:ৱন্তৰ কামৰাগৰহিত বল, আৰু সমস্ত প্ৰাণীৰ ধৰ্মৰ অবিৰোধী কামো ময়েই ৩)। সাত্ত্বিক, ৰাজসিক আৰু তামসিক জগতৰ সকলো পদাৰ্থই মোৰপৰা উৎ; সেইবোৰ মোতে অৱস্থিত য দও, মোৰ স্থিতি সেইবোৰত নাই। কিন্তু, মায়ামুগ্ধ জীৱই মোক সেইবোৰৰপৰা আঁতৰ বুলি নাজানে। সত্ত্ব, ৰজ, ম এই ত্ৰিগুণময় মোৰ অলৌকিক (৪) মায়া উপলব্ধি কৰা সহজ নহয়; কেৱল যিবিলাকে মোকেই একান্ত ভজনা কৰে, সিবিলাকে সেই মায়া অতিক্ৰম কৰিব পাৰে। পাপী, মূঢ়, নৰাধমে মাথোন আৰভাবজনিত মায়ামুগ্ধ হৈ মোক ভজনা (১) গতি, ৭ অব। ২-১০ লোক। (২) “পুণে গন্ধ পৃথিব্যাং b তেজস্টান্সি বিভবসো। জীবনং সৰ্বভূতেষু তপশ্চা, তপস্বিন্ত। -গীতা,। অধ্যা, ৯ গোক। (৩) বলং বলবতং চ ইং কামৰাগবিবৰ্জিত। ধাবিৰুদ্ধে ভূতেষু মোছ ভৰতৰত গীতা, ৭ জখা, ১১ কোকি। (৪) শ্ৰীকৃষ্ণ অ লাকিকত অন্তে আৰোপ কৰিলেও তেওঁ সহিব নোৱাৰে। কিন্তু, সৎসল বাসুদেৱে উপস্থিত সমস্যাত অৰ্জনৰ মনোৰমনাৰ্থে ঐশ্বৰিক মা া কৰোতে অল্প ঈশ্বৰ কাপে অলৌকিক নিয়ে নিত আৰোপ ক