ভুলৰ চমু আভাস
এখন দিহা
১। অগো বৰাই হেৰ মোৰ মন বিয়াকুল হৈলা ৰাধে বৰাই হেৰ মোৰ মন বিয়াকুল হৈলা ৰাধে।
২। প্ৰাণ কলিয়া হেৰ মোৰে জীৱ ধন বাচু আছা ৰণে মজিয়া ৰওক মন।
৩। অনে মোৰ বেউলানি আইলা কেমন কাজে ভব সাগৰৰ মাজে।
৪। শ্যম চাজৈ বচন বধুৰে ভাল, গৌৰাই চাজৈ বচন বধুৰে ভাল।
৫। গা মোৰ নাগৰী অ তৰুৱা কঙ্কালে বিনা বতাহে হালে গা মোৰ নগৰী ও।
৬। ৰাধেৰ বধুৱা ছয় শ্যম কানুৰ ঘৰে সাজে আমি চলিয়া যাও আপোনাৰ কাজে।
৭। এ অব ধিৰে হা অধিৰে চলে ঐ ৰাম কানু।
অগো বৰাই, ৰাধে বজাই, বাচু আছা ৰনে, বেউলানী আইলা, কেমন কাজে, বচন বধুৰে, গামোৰ নাগৰী, তৰুৱা কঙ্কালে, ৰাধেৰ বধুৱা চয়, অব ধিৰে হা ইত্যাদি শব্দবোৰৰ অসমীয়াত কোনো অৰ্থ বিচাৰি পোৱা নাযায় অথচ এই শব্দবোৰ চিৰদিন ব্যৱহাৰ হৈ আহিছে। কোনো কোনো ক্ষেত্ৰত ইয়াৰ মাজত কিছুমান বঙালী শব্দৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। গোটেই কাহিনীবোৰত যথেষ্ট পৰিমানে বঙালী শব্দৰে এটা
মিশ্ৰণ শব্দৰ প্ৰকাশ, বন্দনা বা পদবোৰৰ মাজত দেখা যায়। কোনো
৫২