এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
৬। বোলন্ত দুনাই কৃষ্ণ বুজি কাজ।
সখিসৱ আসি চাৰিতো বাজ॥
(কীৰ্ত্তন, ৯৩২, গোপীসবৰ প্ৰতি)
৭। চলিবে নপাৰো আৰু মই এক ভৰি।
যৈকে মন নিয়া আৱে যেন লাগে কৰি॥
শুনি হেন হৰিয়ো বুলিলা তাইক হাসি।
যাইবে যেৱে নপৰা কান্ধত উঠা আসি॥
(কীৰ্ত্তন, ৮৮৪—৮৮৫ গোপীৰ প্ৰতি কৃষ্ণ)
৮। বন্ধুৰূপী কৃষ্ণ ভৈলো বঞ্চিত।
কিমতে আবে সম্বৰিবো চিত্ত॥
(কীৰ্ত্তন, ১৯৪১)
৯। বান্ধৱ বুলি ত্ৰিজগত পতি।
কৰিলো সাৰথি মই কুমতি॥
(কীৰ্ত্তন, ১৯৪৭)
১০। দেৱৰো দেৱ হেন প্ৰভু হৰি।
মাতন্ত মোক পৰিহাস কৰি।
ওৱা পাৰ্থ ওৱা সখি অৰ্জ্জুন।
কতেক কহিবো প্ৰভুৰ গুণ॥
ভুঞ্জন্তে ভ্ৰমন্তে কৃষ্ণৰ সঙ্গে।
নানা উপলম্ভ কৰিলো ৰঙ্গে॥