পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তৃতীয় অঙ্ক।

প্ৰথম দৰ্শন।

কামপুৰৰ ৰাজআলি। মা, নিৰঞ্জনৰ ঘৰৰ সন্মুখ।
মা, নিৰ, মা, কলি, সোণেশ্বৰ সোণাৰি আৰু
লাহমন মুদৈৰ প্ৰবেশ।

  মা, নিৰণ--শুনিচানে দলৈ! আজি আৰু মোক নধৰিবা; আমাৰ ঘৰৰঘৈণী জনাই মোৰ ঘৰলৈ যোৱাত অলপ পলম হলেই গা একোনাই হয়। তুমি আজি মই তোমাৰ শালতে বহি আছিলোঁ বুলি কবা , হেনে হাৰগছ গঢ়োৱা চাই থাকে- তেই বেলি হল, কাইলৈ ওলাব।-ওলালেই তুমি লৈ আহিম বুলি কবা। কিন্তু তুমি সেইদৰে কলেনো কি হব? ই লাঠুৱাই মোক থিটাতে মিছা পেলাব। সি এতিয়াই কৈ গৈছে, মই

হেনো তাক মাৰিছিলোঁ। তাক হেনো মই এহেজাৰ টকাৰ

[ ৩ ]