এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩২ ]
ইহঁতে যিহকে কয় তাকে কৰোঁ; . যি কপালত আছে হওক!
কা, কলি—দেউতা! মই দুৱাৰ-ৰখীয়া হৈয়ে থাকিম নে?
মালতী— ওঁ, থাক, কাকো সোমাব নিদিবি। কোনোবা সোমালে তোৰ মুড়কে ভাঙ্গিম।
তৰা— আহক, আহক, ভিনিহীদেও! ভাত-খোৱা বেলি চৰি গৈছে।
কা, কলি——দুৱাৰ-ডাঙ্গ দি ভিতৰত সোমাই থাকোঁ, বাহিৰত থাকিব নোৱাৰি, আকৌ কিহবাই পাব।
[ প্ৰস্থান।