ঘোঁৰা আৰু গৰু কোন বাৰু সৰু
ঘোঁৰাই ক’লে– গৰু তই মোতকৈ সৰু, মোক দেখি লাগেনে হিংসা বাৰু? কথাশুনি গৰুৱে কাণ জোকাৰি থলে দেখি ঘোৰাৰ খঙ গল চুলিৰ আগে।
(৭)